/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/e70f7bc2-b477-415b-893c-5bbb75c04580/kokra.jpg)
ডিজিটেল ডেস্ক: লটাৰীৰ টিকট ক্ৰয় কৰাৰ সাৱধান। বহুতেই টকা ঘটিবৰ বাবে লটাৰীৰ নামত প্ৰৱঞ্চনাৰ জাল পাতিছে। এনে ধৰণৰ এক ঘটনা পোহৰলৈ আহিছে কোকৰাঝাৰৰ পৰা।
কোকৰাঝাৰত লটাৰী খেলৰ নামত প্রৱঞ্চনা কৰিছে একাংশই। কাওনীয়াভাষা লক্ষ্মী মন্দিৰৰ নামত ভুৱা লটাৰী কৰাৰ অভিযোগ উত্থাপন হৈছে।
ভুৱা লটাৰীৰ নামৰ ৰাইজৰ পৰা সংগ্রহ লক্ষাধিক টকা। ভুৱা লটাৰীৰ লগত জড়িত ৫জনক আটক কৰিছে কোকৰাঝাৰ সদৰ আৰক্ষীয়ে। ধৃত কেইজন উদয় কুমাৰ ৰয়, শিৱ ৰয়, বলৰাম ৰয়, কহিনুৰ ৰয় আৰু সম্বৰু বসুমতাৰী।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us