/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/09522057-a7a2-49f6-b23f-401ed49c215a/111.jpg)
-
গড়চুক আৰক্ষীৰ অভিযানত জব্দ নকল সোণৰ নাও
-
পামহিৰ এটি বাসগৃহৰ ভাৰাতীয়াৰ ঘৰত অভিযান আৰক্ষীৰ
-
অভিযানত জব্দ দুখন নকল সোণৰ নাও, মোবাইলসহ নগদ ধন
-
আৰক্ষীয়ে গ্রেপ্তাৰ কৰে ৪ সৰবৰাহকাৰীক
-
ধৃত মহিদুল ইছলাম, আব্দুল মালিক, বাবুল হুছেইন, হেদৈ উল্লাহ
-
লখিমপুৰৰ পৰা বিহাৰলৈ সৰবৰাহৰ সময়তে জব্দ নকল সোণখিনি
আৰু পঢ়ক : বজালী আৰক্ষীৰ বৃহৎ সফলতা ! উৎখাত গভাইত চোৰৰ নেটৱৰ্ক...