বৰ্ণিল সাংস্কৃতি শোভাযাত্ৰাৰে উদুলি মুদুলি কামপুৰ

বৰ্ণিল সাংস্কৃতি শুভাযাত্ৰাৰে উদুলি মুদুলি কামপুৰ। উল্লেখ্য যে দুদিনীয়া কাৰ্যসুচিৰে অনুষ্ঠিত হোৱা কামপুৰ উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয়ৰ প্ৰাক্তন শিক্ষাৰ্থী সন্মিলনখনৰ দেওবাৰে অন্তিম দিন ।

author-image
Asomiya Pratidin
New Update
বৰ্ণিল সাংস্কৃতি শোভাযাত্ৰাৰে উদুলি মুদুলি কামপুৰ

ডিজিটেল সংবাদ, কামপুৰঃ বৰ্ণিল সাংস্কৃতি শোভাযাত্ৰাৰে উদুলি মুদুলি কামপুৰ। উল্লেখ্য যে দুদিনীয়া কাৰ্যসুচিৰে অনুষ্ঠিত হোৱা কামপুৰ উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয়ৰ প্ৰাক্তন শিক্ষাৰ্থী সন্মিলনখনৰ দেওবাৰে অন্তিম দিন । আজি পুৱা বিদ্যালয় খনত প্ৰাক্তন আৰু বৰ্তমানৰ ছাত্ৰ -ছাত্ৰী সকলে এক বিশাল সাংস্কৃতিক সমাৰোহ বাহিৰ কৰে।

Advertisment

২৭ জানুৱাৰীৰ পৰা অনুষ্ঠিত প্ৰাক্তন শিক্ষাৰ্থীক সন্মিলন উপলক্ষে ২৭ জানুৱাৰীৰ পৰা পতাকা উত্তোলন ; স্মৃতি তৰ্পণপ্ৰাক্তন শিক্ষাৰ্থীৰ নাম পঞ্জীয়ন আৰু প্ৰাক্তন শিক্ষা গুৰুসকলক সম্বৰ্ধনা আৰু প্ৰাক্তন শিক্ষাৰ্থীৰ অন্তৰংগ আলাপ; সাংস্কৃতিক কাৰ্যসূচীৰ লগতে আজি পুৱা প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ দ্বাৰা বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা বাহিৰ কৰে।বাৰেৰহনীয়া সাংস্কৃতিক সাংস্কৃতিক শোভাযাত্যাৰ শুভ উন্মোচন কৰে শিল্পী ৰাজ কুমাৰ ৰবিদাসে ;বিয়লিবেলালৈ অনুষ্ঠিত হ'ব লগা মুকলি সভা আৰু স্মৃতি গ্ৰন্থ উন্মোচনী সভাৰ সভাপতিত্ব কৰিব ডিম্বেশ্বৰ বৰাই।

Also Read: ধাৰাবাহিক প্ৰতিবেদন ১/ কি কৰি আছে ৰবৰ ব'ৰ্ডে,খবৰ ৰাখে কোনে ?

kampur ex student reunion