/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/08/breaking-Plate.jpg)
গোলকগঞ্জৰ ভাৰত-বাংলাদেশ সীমান্তত এনকাউণ্টাৰ
-
গোলকগঞ্জৰ ভাৰত-বাংলাদেশ সীমান্তত এনকাউণ্টাৰ।
-
গো মাফিয়া ছিৰাজুল হকলৈ লক্ষ্য কৰি আৰক্ষীৰ গুলীচালনা।
-
আৰক্ষীৰ গুলীত গুৰুতৰভাৱে আহত ছিৰাজুল হক।
-
আৰক্ষীক আক্রমণ কৰি পলায়নৰ চেষ্টা কৰিছিল ছিৰাজুলে।
-
বুধবাৰে গোলকগঞ্জ আৰক্ষীয়ে আটক কৰিছিল গো মাফিয়া ছিৰাজুলক।
-
আৰক্ষীয়ে নিশা ছিৰাজুলক লৈ গৈছিল গাইখোৱালৈ।
-
আহত ছিৰাজুল হকক ধুবুৰী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি।
Also Read: কামপুৰত সংঘটিত পথ দুৰ্ঘটনাত শিক্ষকৰ বিয়োগ