বিশিষ্ট সাহিত্যিক প্ৰভাত বৰা আৰু তেওঁৰ পত্নীয়ে কৰিলে দেহদান...

বিশিষ্ট সাহিত্যিক প্ৰভাত বৰা আৰু তেওঁৰ পত্নীয়ে কৰিলে দেহদান...
বিশিষ্ট সাহিত্যিক প্ৰভাত বৰা আৰু তেওঁৰ পত্নীয়ে কৰিলে দেহদান...

ডিজিটেল সংবাদ নগাঁও : ৰাজ্যৰ বিশিষ্ট সাহিত্যিক প্ৰভাত বৰাই কৰিছে দেহদান ৷ অসমৰ জেষ্ঠ সাহিত্যিক প্ৰভাত বৰাই চিকিৎসা সেৱা বিজ্ঞানৰ উত্তৰনৰ অৰ্থে নিজৰ দেহ দানৰ দৰে পদক্ষেপ গ্ৰহণ কৰিছে ৷

প্ৰভাত বৰাৰ লগতে বৰাৰ পত্নী লীৰা নেওঁগ বৰাও কৰিছে দেহদান ৷ প্ৰভাত বৰা আৰু লীৰা নেওঁগ বৰাই দেহদান আৰু অংগদানৰ আনুষ্ঠানিক ইচ্ছাপত্ৰ ইলোৰা বিজ্ঞান মঞ্চৰ হাতত অৰ্পন কৰিছে বুলি জানিব পৰা গৈছে ৷

নগাঁও চহৰৰ আমোলাপট্টিৰ নিবাসী বিশিষ্ট সাহিত্যিক প্ৰভাত বৰা আৰু বৰাৰ পত্নী লীৰা নেওঁগ বৰাই কৰা দেহদান আৰু অংগদানৰ ইচ্ছাপত্ৰ ইলোৰা বিজ্ঞান মঞ্চৰ নগাঁৱৰ সত্যজিৎ ৰয়ৰ হাতত অৰ্পন কৰিছে ৷

বিশিষ্ট সাহিত্যিক প্ৰভাত বৰা আৰু তেওঁৰ পত্নীয়ে কৰিলে দেহদান...
ডুমডুমাত গছ পৰি দুজনৰ মৃত্যু...

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in