ডুমডুমাত গছ পৰি দুজনৰ মৃত্যু...

উজনিৰ পৰা নামনিলৈ এতিয়া প্ৰকৃতিয়ে কালৰূপ ধৰিছে ৷ বিগত দুটা দিন ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত বতাহ, ধুমুহা, শিলাবৃষ্টিয়ে কালৰূপ ধৰিছে ৷
আৰক্ষীয়ে খেদি অনা বালি ভৰ্তি ট্ৰাকৰ খুন্দাত এজনৰ মৃত্যু...
আৰক্ষীয়ে খেদি অনা বালি ভৰ্তি ট্ৰাকৰ খুন্দাত এজনৰ মৃত্যু...

ডিজিটেল সংবাদ, ডুমডুমাঃ উজনিৰ পৰা নামনিলৈ এতিয়া প্ৰকৃতিয়ে কালৰূপ ধৰিছে ৷ বিগত দুটা দিন ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত বতাহ, ধুমুহা, শিলাবৃষ্টিয়ে কালৰূপ ধৰিছে ৷

তিনিচুকীয়াত দুজনকৈ লোকৰ প্ৰাণ কাঢ়িলে প্ৰচণ্ড ধুমুহাই ৷ জিলাখনৰ ডুমডুমাত সংঘটিত হৈছে এই দুৰ্ঘটনা ৷

শনিবাৰে নিশা বাইকেৰে গৈ থকা অৱস্থাত গছৰ ডাল ভাঙি এজন যুৱকৰ মৃত্যু হয় ৷ ডুমডুমাৰ পৰা বৰডুবিৰ ঘৰলৈ গৈ থকা অৱস্থাত সংঘটিত এই ঘটনা ৷ উক্ত নিশাই গছ পৰি মৃত্যু হয় বিজয় মানকি নামৰ এজনৰ ৷ নিহত যুৱকজনৰ নাম দেৱ কুমাৰ ঠাকুৰ ৷

আৰক্ষীয়ে খেদি অনা বালি ভৰ্তি ট্ৰাকৰ খুন্দাত এজনৰ মৃত্যু...
শীঘ্ৰেই গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা যুৱ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি শ্ৰী নিবাস বি ভি...

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in