/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/c840a026-700f-4cfe-8bd7-3780b005ff45/elephant.jpg)
-
ভৈৰৱকুণ্ডত হাতীৰ পোৱালি উদ্ধাৰ
-
৬১ নম্বৰ ভৈৰৱকুণ্ড এছএএবিৰ এটা দলে হাতী পোৱালি এটা উদ্ধাৰ কৰে
-
নদীৰ মাজত আৱদ্ধ হৈ আছিল হাতী পোৱালিটো
-
পোৱালিটোৰ মাত শুনি এছএছবিৰ উদ্ধাৰ বাহিনীয়ে অভিযান চলাই হাতীটোক উদ্ধাৰ কৰে।
-
উদ্ধাৰ কৰা হাতীটোক খাদ্য খুৱাই বনাঞ্চলত এৰি দিয়ে বুলি জানিবলৈ দিয়ে।
Also Read: 'দৰ্পণ'যোগে উচ্চ মাধ্যমিকৰ নামভৰ্তিৰ সময়সীমা বৃদ্ধি