New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/af3a61f9-4a25-4d28-93bc-d339dfe183f5/aimu.jpg)
হোজাইত বন্যহস্তীৰআতংক।
বন্যহস্তীৰ আক্রমণত আহত মহিলা।
হোজাইৰ জাঠিহুৰা গাঁৱত সংঘটিত এই ঘটনা।
দেওবাৰে সংঘটিত এই ঘটনা।
গুৰুতৰভাৱে আহত ডিমুলি কেম্প্রাই নামৰ মহিলাগৰাকী।
চিকিৎসালয়লৈ প্রেৰণ কৰা হয় আহত মহিলাগৰাকীক।
Also Read: চাৰিদুৱাৰত অবৈধভাৱে কঢ়িওৱা দুখনকৈ কয়লা আৰু শিল ভৰ্তি বাহন জব্দ
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us