/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/acc561ba-d663-4f79-ba76-2ffc1a50b2da/AP_FOR_WEB_new_format_Y_copy.jpg)
-
ৰাজ্যত পুনৰ বৃদ্ধি পালে বিদ্যুতৰ মাচুল।
-
প্রতি ইউনিটত ১.২৯ টকা পৰ্যন্ত বৃদ্ধি কৰা হয় বিদ্যুতৰ মাচুল।
-
দেওবাৰৰ পৰাই বলৱৎ হ’ব নতুন নিৰিখ।
-
৩০০ ইউনিটলৈ বৃদ্ধি পাব ৩০ পইচাকৈ।
-
৩০১–৫০০ ইউনিটলৈ বৃদ্ধি পাব ৫০ পইচাকৈ।
-
৫০০ৰ অধিক ইউনিটত বৃদ্ধি পাব ১.২৯ টকাকৈ।
-
লগতে বাণিজ্যিক আৰু ঔদ্যোগিক ক্ষেত্রত বাঢ়িব ১.২৯টকাকৈ।
Also Read: কলিয়াবৰ মীন পালন-কৃষি ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানীৰ বাৰ্ষিক সাধাৰণ সভা