অসম-ভাৰতত জোন দেখা খবৰ পোৱা নগ'লঃ ১১ এপ্ৰিলত ঈদল-ফিতৰ...

কেন্দ্ৰীয় হিলাল কমিটী, অসমৰ বিবৃতি
অসম-ভাৰতত জোন দেখা খবৰ পোৱা নগ'লঃ ১১ এপ্ৰিলত ঈদল-ফিতৰ...
অসম-ভাৰতত জোন দেখা খবৰ পোৱা নগ'লঃ ১১ এপ্ৰিলত ঈদল-ফিতৰ...

ডিজিটেল ডেস্কঃ সমগ্ৰ দেশৰ লগত অসমতো অহা ১১ এপ্ৰিল, বৃহস্পতিবাৰে পালন কৰা হব ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ উৎসৱ ঈদল-ফিতৰ। মঙ্গলবাৰে এক বিবৃতিত এই কথা সদৰি কৰিছে কেন্দ্ৰীয় হিলাল কমিটী অসমৰ সভাপতি মৌলানা শ্বেখ ফখৰুদ্দিন আহমেদ কাছিমী আৰু সম্পাদক প্ৰধান আলহাজ ইমদাদ হুছেইনে।

বিবৃতিত তেওঁলোকে জনোৱা মতে অসম আৰু ভাৰতত জোন দেখাৰ খবৰ পোৱা নগ'ল। সেয়েহে অহা ১১ এপ্ৰিল, বৃহস্পতিবাৰে ভাৰতৰ লগতে অসমতো ঈদ পালন কৰা হ'ব। বিবৃতিত কেন্দ্ৰীয় হিলালল কমিটীয়ে সমূহ অসমবাসী ৰাইজক ঈদৰ শুভেচ্ছাও জ্ঞাপন কৰিছে।

অসম-ভাৰতত জোন দেখা খবৰ পোৱা নগ'লঃ ১১ এপ্ৰিলত ঈদল-ফিতৰ...
৫০ফুট দ’ খাঁৱৈত পৰিল বাছ, ১২যাত্ৰীৰ মৃত্যু...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in