ৰাজ্যৰ অতিৰিক্ত শিক্ষকসকলৰ বাবে শিক্ষা সঞ্চালকালয়ে দিছে সুখবৰ...

ৰাজ্যৰ অতিৰিক্ত শিক্ষকসকলৰ বাবে শিক্ষা সঞ্চালকালয়ে দিছে সুখবৰ

author-image
Asomiya Pratidin
New Update
তিনিচুকীয়াত চাঞ্চল্যঃ স্বামীয়ে শিৰচ্ছেদ কৰিলে পত্নীক !

dangor kotha

ডিজিটেল ডেস্ক : ৰাজ্যৰ অতিৰিক্ত শিক্ষকসকলৰ বাবে সুখবৰ। ৰাজ্যৰ শিক্ষকসকলে বিভিন্ন সমস্যাৰ দাবীৰে প্ৰতিবাদ কৰাৰ সময়তে শিক্ষা সঞ্চালকালয়ে অতিৰিক্ত শিক্ষকসকলৰ বাবে দিছে সুখবৰ।

Advertisment

এতিয়াৰে পৰা নিয়মীয়া শিক্ষকৰ দৰেই দৰমহা লাভ কৰিব অতিৰিক্ত শিক্ষকসকলে। লগতে আন আন সা-সুবিধাও লাভ কৰিব অতিৰিক্ত ঠিকাভিত্তিক শিক্ষকে। এক নিৰ্দেশনাযোগে এই কথা জনাইছে মাধ্যমিক শিক্ষা সঞ্চালকালয়ে। এই খবৰে ৰাজ্যৰ ঠিকাভিত্তিক শিক্ষকসকলৰ বাবে আনিছে সুখৰ বতৰা।

Also Read: কলিয়াবৰত নটৰাজম কলা কেন্দ্ৰৰ শুভ উদ্বোধনী অনুষ্ঠান...

education department of assam teacher