New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/11/earthquick.jpg)
ৰাজ্যত অনুভূত ভূমিকম্পৰ জোকাৰণি।
গুৱাহাটীকে ধৰি আশে-পাশে অনুভূত জোকাৰণি।
ৰিখটাৰ স্কেলত ইয়াৰ প্ৰাবল্য আছিল ৩.৭।
ভূমিকম্পৰ অভিকেন্দ্ৰ মেঘালয়ৰ পৰা ৩ কি.মি গভীৰত।
বাংলাদেশৰ লগতে ভূটানতো জোকাৰণি অনুভূত।
Also Read: চকলাঘাটৰ আদৰ্শ কৃষক জিতুল চন্দ্ৰ বৰাৰ বিয়োগ
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us