New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/10/pakistan-earthquake-3-copy.jpg)
প্ৰতিকূল বতৰৰ মাজতে ৰাজ্যত পুনৰ ভূঁইকঁপ..
ৰাজ্যত পুনৰ ভূঁইকঁপৰ জোকাৰণি।
১০ঃ১৬ বজাত অনুভূত হয় জোকাৰণি।
অসমৰ লগতে বাংলাদেশতো অনুভূত জোকাৰণি।
ভূঁইকঁপৰ অভিকেন্দ্র বাংলাদেশৰ ছিলেট।
ৰিখটাৰ স্কেলট এই ভূঁইকঁপৰ প্ৰাবল্য আছিল ৪.৬।
এই পৰ্যন্ত লাভ কৰা নাই কোনো ক্ষয়ি ক্ষতিৰ খবৰ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us