/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/3e1aa87e-6bf4-4a29-b74e-9d39e1313346/AP_FOR_WEB_dolong_.jpg)
মুকলিৰ পূৰ্বেই খহি পৰিল বাদ্ৰী সেতুৰ এপ্রোছ...
-
মুকলিৰ পূৰ্বেই খহি পৰিল বাদ্ৰী সেতুৰ এপ্রোছ।
-
শিলচৰৰ বৰাক নৈৰ ওপৰত নিৰ্মাণ কৰা হৈছে বাদ্রী সেতু।
-
সেতুখন নিৰ্মাণৰ দায়িত্বত আছিল হাইলাকান্দিৰ বিন্নি কনষ্ট্রাকচন।
-
নিৰ্মাণকাৰী প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে ৰাইজৰ ক্ষোভ।
-
নিম্নমানৰ কামৰ বাবে এপ্রোছ খহি যোৱাৰ অভিযোগ।
-
সম্প্রতি সেতুখনেৰে বন্ধ হৈ আছে যাতায়াত।
Also Read: দিছপুৰ আৰক্ষীয়ে আটক কৰিলে শিখা শৰ্মাকঃ যিকোনো মুহূৰ্ততে হ'ব গ্ৰেপ্তাৰ !