New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/0690a8aa-e18a-42b1-a4f2-35953e5f906b/accident.jpg)
কচুৱা থানাৰ অন্তৰ্গত সোনাৰুগুৰিত দুৰ্ঘটনা
তীব্ৰ বেগেৰে আহি থকা ডাম্পাৰে খুন্দিয়াই মটৰ চাইকেল আৰোহীক
ডাম্পাৰে খুন্দিওৱাৰ ফলত আঘাতপ্ৰাপ্ত মটৰ চাইকেল চালক
আহত ব্যক্তিজনক কচুৱা মডেল হাস্পতাললৈ প্ৰেৰণ
তীব্ৰ বেগেৰে আহি থকা ডাম্পাৰখনৰ নম্বৰ AS 02 BC 6369 ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us