/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/403db476-7fe0-4669-92f1-2d4465149a25/download.jpg)
এই মুহূৰ্তৰ খবৰ
-
নিশা হাটশিঙিমাৰীৰ টেংনামাৰীত ডাম্পাৰ দুৰ্ঘটনা
-
দুৰ্ঘটনাত নিহত চালক, আহত ২
-
মৃত চালকজন বাংটিমাৰি গাঁৱৰ ইনামূল হক
-
নিয়ন্ত্রণ হেৰুৱাই পথৰ কাষৰ দ' পুখুৰীত বাগৰি পৰে ট্রাকখন
-
দুৰ্ঘটনাগ্রস্ত ট্রাকখনৰ পৰা দুজনক উদ্ধাৰ কৰে স্থানীয় ৰাইজে
-
কিন্তু প্রায় এঘণ্টাৰ পিছতহে উদ্ধাৰ কৰিবলৈ সক্ষম হয় ট্রাকচালকজনক
-
চালকজনৰ মৃত্যু হোৱা বুলি ঘোষণা কৰে চিকিৎসকে।
Also Read: শৃংখলা দখলৰ যুঁজত ভাৰত-ৱেষ্ট ইণ্ডিজৰ গুৰুত্বপূৰ্ণ মেচ