দুলীয়াজানৰ অইলৰ তৈলখাদত বিস্ফোৰণ, থিতাতে নিহত এজন, আহত কেইবাজনো

দুলীয়াজানৰ অইলৰ তৈলখাদত বিস্ফোৰণ, থিতাতে নিহত এজন, আহত কেইবাজনো
  • দুলীয়াজানৰ OILৰ তৈলখাদত বিস্ফোৰণ

  • অইলৰ কৰ্মচাৰীয়ে কাম কৰি থকা অৱস্থাতে বিস্ফোৰণ

  • যান্ত্রিক বিজুতী ঘটি সংঘটিত এই বিস্ফোৰণ

  • বিস্ফোৰণত থিতাতে নিহত এজন কৰ্মচাৰী

  • গুৰুতৰভাৱে আহত আন ৫জন কৰ্মচাৰী

  • নিহত লোকজনৰ নাম ৰবীন ওৰাং

  • গুৰুতৰভাৱে আহতসকলক AMCHলৈ প্রেৰণ

  • ঘটনা সন্দৰ্ভত তদন্ত অ‍ব্যাহত ৰাখিছে OIL কৰ্তৃপক্ষই

দুলীয়াজানৰ অইলৰ তৈলখাদত বিস্ফোৰণ, থিতাতে নিহত এজন, আহত কেইবাজনো
আমেৰিকাত উদ্ধাৰ পতি-পত্নী আৰু দুই সন্তানৰ মৃতদেহ, পৰিয়ালটো আছিল ভাৰতীয়মূলৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in