New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/03/accident-1.jpg)
দুধনৈৰ ডাবলীত পথ দুৰ্ঘটনা।
আলট্রা বাছ আৰু পিকআপ ভানৰ মাজত সংঘৰ্ষ।
খাৱৈত বাগৰি পৰে দুয়োখন বাহন।
দুৰ্ঘটনাত আহত বাছখনৰ কেইবাগৰাকীও যাত্রী।
বৰ্তমানেও বাহনৰ ভিতৰত আবদ্ধ পিকআপ ভানখনৰ চালকজন।
১৭নং ৰাষ্ট্রীয় ঘাইপথত সংঘটিত এই ঘটনা।
ঘটনাস্থলীত উপস্থিত আৰক্ষী।
Also Read: কৰ্ণাটক মন্ত্ৰীসভা সম্প্ৰসাৰণঃ নতুনকৈ শপত ল'লে ২৪ গৰাকী মন্ত্ৰীয়ে