মহানগৰীত জব্দ বৃহৎ পৰিমাণৰ ড্ৰাগছ

মহানগৰীত জব্দ বৃহৎ পৰিমাণৰ ড্ৰাগছ
  • মহানগৰীৰ গণেশগুৰিৰ পৰা জব্দ ১৪ কোটি টকাৰ ড্রাগছ

  • এখন এম্বুলেন্সৰ পৰা জব্দ য়াবা টেবলেট, হেৰ’ইন

  • মণিপুৰ পঞ্জীয়নৰ এম্বুলেন্সৰ পৰা জব্দ ড্রাগছখিনি

  • আৰক্ষীয়ে গ্রেপ্তাৰ কৰে মিৰাজুল আলম নামৰ চালকজনক

  • জব্দ ৫০ হাজাৰ য়াবা টেবলেট, ২০০ গ্রাম হেৰ’ইন

Related Stories

No stories found.
Asomiya Pratidin
www.asomiyapratidin.in