মালিগাঁৱৰ কামাখ্যা ৰে’ল ষ্টেচনত আৰক্ষীৰ অভিযান

author-image
Asomiya Pratidin
New Update
মালিগাঁৱৰ কামাখ্যা ৰে’ল ষ্টেচনত আৰক্ষীৰ অভিযান

  • মালিগাঁৱৰ কামাখ্যা ৰে’ল ষ্টেচনত আৰক্ষীৰ অভিযান

Advertisment
  • অভিযানত গাঞ্জাসহ গ্রেপ্তাৰ চাৰি সৰবৰাহকাৰী

  • ধৃত বিচেশ্বৰ যাদৱ, অহিদুৰ ৰহমান, খুছবু দেৱী, ললীতা দেৱী

  • ব্রহ্মপুত্র মেইলৰ পৰা জব্দ হয় গাঞ্জাখিনি

  • আগৰতলাৰ পৰা বিহাৰলৈ সৰবৰাহৰ সময়তে জব্দ গাঞ্জাখিনি

  • ঘটনা সন্দৰ্ভত ৰে’ল আৰক্ষীৰ তদন্ত অব্যাহত

আৰু পঢ়ক : ৭ বছৰৰ বাবে পুনৰ কাৰাগাৰলৈ প্ৰেৰণ আং চান ছ্যু কীক

assam drugs seized maligaon