মালিগাঁৱৰ কামাখ্যা ৰে’ল ষ্টেচনত আৰক্ষীৰ অভিযান

মালিগাঁৱৰ কামাখ্যা ৰে’ল ষ্টেচনত আৰক্ষীৰ অভিযান
  • মালিগাঁৱৰ কামাখ্যা ৰে’ল ষ্টেচনত আৰক্ষীৰ অভিযান

  • অভিযানত গাঞ্জাসহ গ্রেপ্তাৰ চাৰি সৰবৰাহকাৰী

  • ধৃত বিচেশ্বৰ যাদৱ, অহিদুৰ ৰহমান, খুছবু দেৱী, ললীতা দেৱী

  • ব্রহ্মপুত্র মেইলৰ পৰা জব্দ হয় গাঞ্জাখিনি

  • আগৰতলাৰ পৰা বিহাৰলৈ সৰবৰাহৰ সময়তে জব্দ গাঞ্জাখিনি

  • ঘটনা সন্দৰ্ভত ৰে’ল আৰক্ষীৰ তদন্ত অব্যাহত

Related Stories

No stories found.
Asomiya Pratidin
www.asomiyapratidin.in