লামডিং ৰে’ল ষ্টেচনত বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ

লামডিং ৰে’ল ষ্টেচনত বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ
  • লামডিং ৰে’ল ষ্টেচনত বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ

  • নামনিমুৱা 15626 নম্বৰৰ আগৰতলা দেওগড় এক্সপ্রেছৰ পৰা জব্দ

  • ৰে’লখনৰ AC ডবাৰ পৰা জব্দ ১ কুইণ্টল ১৭ কেজি গাঞ্জা

  • গাঞ্জাসহ আটক ৮ জন সৰবৰাহকাৰী

  • লামডিং RPF, CID, গুৱাহাটীৰ স্কৰ্ট দলৰ অভিযানত জব্দ

  • ধৃত চাজিদ আনচাৰী, এমডি ফৰহান, মহম্মদ ৰিজৱান আনচাৰী

  • ধৃত মহম্মদ নাজিৰ আনচাৰী, মহম্মদ ইৰচাড আনচাৰী

  • ধৃত আনকেইজন মহম্মদ চটু আনচাৰী, আজগৰ আৰু মহম্মদ আজাম

  • আগৰতলাৰ পৰা বিহাৰলৈ সৰবৰাহৰ চেষ্টা কৰিছিল গাঞ্জাখিনি

  • জব্দকৃত গাঞ্জাখিনিৰ বজাৰ মূল্য প্রায় ১২ লাখ টকা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in