/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/98dfbe98-753d-45a1-a03c-ec5b73329041/download.jpg)
-
শুক্ৰবাৰে নিশা হাজোত বৃহৎ পৰিমাণৰ ড্রাগছ জব্দ ।
-
অভিযানত নদীপাৰত জব্দ ডেৰ লক্ষাধিক টকাৰ ড্রাগছ ।
-
পাপু আলী নামৰ লোকজনৰ ঘৰৰ পৰা জব্দ ৩২টা কণ্টেইনাৰ ।
-
৪৩.৭৩ গ্রাম সন্দেহজনক হেৰ’ইন, ৪ শতাধিক খালী কণ্টেইনাৰ জব্দ ।
-
আৰক্ষীয়ে আটক কৰে পাপু আলী, মুন আলীক ।