জালুকবাৰীত জব্দ বৃহৎ পৰিমাণৰ ড্ৰাগছ

জালুকবাৰীত জব্দ বৃহৎ পৰিমাণৰ ড্ৰাগছ
  • মহানগৰীত শেহতীয়াকৈ বৃদ্ধি পাইছে ড্ৰাগছ বিৰোধী অভিযান

  • জালুকবাৰীত জব্দ বৃহৎ পৰিমাণৰ ড্ৰাগছ

  • অসম আৰক্ষীৰ যুটীয়া আয়ুক্ত পাৰ্থ সাৰথি মহন্তৰ নেতৃত্বত ড্ৰাগছ বিৰোধী অভিযান মহানগৰীত

  • এই অভিযানত জব্দ কৰা হ'ল বৃহৎ পৰিমাণৰ হেৰ'ইন

  • এখন এল্ট' গাড়ীত মুঠ ২২ টা পেকেটত কঢ়িয়াই অনা হৈছিল ড্ৰাগছখিনি

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in