/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/32e47360-80c2-4296-a462-8322c8195959/ijkilioio.jpg)
ডিজিটেল সংবাদ, কামপুৰঃ নগাঁও জিলাৰ কচুৱা আৰক্ষী থানাৰ অন্তৰ্গত পমিলা জাৰণিৰ পৰা ড্ৰাগছসহ আটক কৰে দুটা ড্ৰাগছ সৰবৰাহকাৰীক। বৃহস্পতিবাৰে পমিলা জাৰণিত কচুৱা আৰক্ষীয়ে এক গোপন খবৰৰ ভিত্তিত অভিযান চলায়।
অভিযানত ২১.৭৯ গ্ৰাম ড্ৰাগছসহ দুটা সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে। আটকাধীন সৰবৰাহী কেইটা ক্ৰমে মাধৱপাৰাৰ ছাহিদুল ইছলাম আৰু উজানমাৰীৰ ওমৰ ফাৰুক বুলি জানিব পৰা গৈছে । ধৃত দুয়ো সৰবৰাহকাৰীক দুজনক জেল হাজোতলৈ প্ৰেৰণ কৰিছে আৰক্ষীয়।
Also Read: চাকৰিত মহিলাৰ ৫০% সংৰক্ষণৰ পৰা শ্ৰমিকৰ বেতন বৃদ্ধিলৈঃ কি কি আছে কংগ্ৰেছৰ নিৰ্বাচনী ইস্তাহাৰত?