New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/08/breaking-Plate.jpg)
মানকাচৰৰ কুচনীমাৰাত আৰক্ষীৰ ড্রাগছ বিৰোধী অভিযান।
অভিযানত বুজন পৰিমাণৰ ড্রাগছসহ আটক সৰবৰাহকাৰী।
ধৃত সৰবৰাহকাৰীটোৰ নাম হাছিবৰ ৰহমান।
জব্দ ৩৫০টা নিচাজাতীয় কফ ছিৰাপৰ বটল।
Also Read: আজি অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ তৃতীয় মৃত্যু বাৰ্ষিকী
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us