ড্ৰাগছ বিক্ৰী কৰিবলৈ আহি আটক ২ যুৱক…

ড্ৰাগছ বিক্ৰী কৰিবলৈ আহি আটক ২ যুৱক…

author-image
asomiyapratidin
New Update
ড্ৰাগছ বিক্ৰী কৰিবলৈ আহি আটক ২ যুৱক…

ডিজিটেল সংবাদ, বোকাজান: ড্ৰাগছ বিক্ৰী কৰিবলৈ আহি হাতে লোটে ধৰা পৰিল দুই যুৱক। যুৱক দুজন বোকাজানৰ নীলপৱন বৰা আৰু পংকজ ৰয় ।

Advertisment

দীৰ্ঘদিন ধৰি বোকাজানত ড্ৰাগছৰ সৰবৰাহ কৰি আছিল এই দুই যুৱকে।বোকাজানৰ নৱ প্ৰজন্মক বিষাক্ত ড্ৰাগছৰ সেৱন কৰাই ধ্বংসৰ গৰাহলৈ ঠেলি দিছিল এই দুজন যুৱকে।

শনিবাৰে বোকাজানৰ স্থানীয় যুৱক এজনক ড্ৰাগছ বিক্ৰী কৰিবলৈ আহোতেই আৰক্ষীৰ জালত পৰে দুয়ো। ইতিমধ্যে বোকাজান আৰক্ষীয়ে নীলপৱন বৰা আৰু পংকজ ৰয়ক আটক কৰিছে।

আৰু পঢ়ক: বোকাজান আৰক্ষীৰ জালত ৬ টাকৈ গভাইত চোৰ…

assam Assam police drugs bokajan