শেহতীয়া খবৰ
নাগালেণ্ডৰ ছুমুকেডিমাত এল.পি.জি. বটলিঙৰ প্লাণ্ট উদ্বোধন মন্ত্ৰী ৰামেশ্বৰ তেলীৰ...  •  শিলচৰত উদ্ধাৰ ড্ৰাগছঃ এজনক আটক...  •  সোণাৰিত উদ্ধাৰ অবৈধ মাৰনাস্ত্ৰ...  •  ভাৰত–বাংলাদেশ সীমান্তৰ কাঁইটীয়া তাৰৰ সিপাৰৰ ভোগডাঙাত 'আজাদী কা অমৃত মহোৎসৱ'ৰ কাৰ্যসূচী...  •  আজাদী কা অমৃত মহোৎসৱ উপলক্ষে ফুলগুৰিত "কনকলতা" প্ৰদৰ্শন...  •  স্বাধীনতাৰ অমৃত মহোৎসৱ উপলক্ষে মথুৰাপুৰ চুকাফা পঞ্চায়তত শোভাযাত্ৰা...  •  হাৰমতী ডুবিত পথ দুৰ্ঘটনাঃ নিহত মটৰ চাইকেল আৰোহী...  •  অসুস্থ শৃংখল চলিহাঃ আই চি ইউত চিকিৎসাধীন...  •  ধেমাজি জিলা প্ৰশাসনৰ দ্বাৰা ত্ৰিৰংগ সমদল, চিত্ৰাংকন প্ৰতিযোগিতা...  •  স্বাধীনতাৰ অমৃত মহোৎসৱৰ মাজতে ১৪ আগষ্টত বিভাজন বিভীষিকা স্মৃতি দিৱস পালনৰ আহ্বান চৰকাৰৰ...

বোকাজান আৰক্ষীৰ জালত ৬ টাকৈ গভাইত চোৰ…

ডিজিটেল সংবাদ, বোকাজান: বোকাজানত দিনক দিনে পুনৰ বৃদ্ধি পাবলৈ ধৰিছে চোৰৰ উপদ্ৰৱ। বোকাজান আৰক্ষী থানাৰ ৬৪/২০২২ নম্বৰৰ গোচৰৰ ভিত্তিত আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে ৩১ টাকৈ মোবাইল ফোন আৰু এটা নিকনৰ কেমেৰা।

ইতিমধ্যে আৰক্ষীয়ে বিভিন্ন স্থানৰ পৰা ৬ জন চোৰক আটক কৰিবলৈ সক্ষম হৈছে। আটকাধীন চোৰ কেইটা বাবলু দাস, ইটো আচুমি, চন্দন কুমাৰ শ্বাহ, মাইনা কোঁৱৰ, চফিকুল আলী, আৰু অক্ষয় দম। বোকাজানৰ বিভিন্ন স্থানত আৰু ডিমাপুৰৰ পৰা আটক কৰিছে চোৰকেইটাক। এতিয়াও বাকী থকা মোবাইল কেইটা উদ্ধাৰ কৰিবলৈ আৰক্ষীয়ে অভিযান চলাই আছে।


আৰু পঢ়ক: GMCH ৰ পৰা সন্ধানহীন ৰোগী, চিকিৎসালয় কৰ্তৃপক্ষৰ বিৰুদ্ধে অভিযোগ পৰিয়ালৰ