New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/a3a5d95b-980a-40a2-babe-fef1afbe2bfa/pic_eimuhurtor_khobor_copy.jpg)
জালুকবাৰী আৰক্ষীৰ সহযোগত হাজো আৰক্ষীৰ অভিযান ।
গাড়ীগাঁৱৰ মেধিপাৰাৰ পৰা আটক কুখ্যাত ড্রাগছ ব্যৱসায়ীক ।
ড্রাগছ ব্যৱসায়ীটোৰ নাম ৰাহুল আলী ।
ৰাহুলৰ পৰা নগদ ৫,৭৫,৯০০ টকা জব্দ আৰক্ষীৰ ।
ফৰিদুৰ ৰহমান নামৰ এজনৰ তথ্যৰ ভিত্তিত চলিছিল অভিযান ।
ড্রাগছ মাফিয়া ফৰিদুৰ ৰহমান আছে হাজো আৰক্ষীৰ জিম্মাত ।