
সৰুপথাৰত ড্রাগছ আসক্ত যুৱকে কাঢ়ি নিলে মহিলাৰ বেগ
সৰুপথাৰৰ গন্ধকৰৈ গাঁৱত সংঘটিত এই ঘটনা
মহিলাগৰাকী বেংকৰ পৰা ঘৰলৈ গৈ থাকোতে লুটিলে চোৰে
মটৰ চাইকেলত অহা দুই যুৱকে কাঢ়ি নিলে বেগ
সৰুপথাৰৰ মহল তিনিআলিত ৰাইজে কৰায়ত্ত কৰে এজন যুৱকক
মটৰ চাইকেল এৰি পলায়ন কৰে আনজন যুৱক
ৰাইজে ধৃত অপূৰ্ব বৰ্মনক চমজাই দিয়ে আৰক্ষীক।