বিশ্বনাথত বন্ধৰ সৰ্বাত্মক প্ৰভাৱ...

বিশ্বনাথত বন্ধৰ সৰ্বাত্মক প্ৰভাৱ...

author-image
Asomiya Pratidin
New Update
আৰক্ষীৰ অভিযানঃ ঠায়ে ঠায়ে আটক কৰিছে প্ৰতিবাদাকাৰীক...

বিশ্বনাথত বন্ধৰ সৰ্বাত্মক প্ৰভাৱ...

ডিজিটেল সংবাদ বিশ্বনাথঃ মটৰ শ্ৰমিকৰ ওপৰত বিজেপি চৰকাৰে জাপি দিয়া ক'লা আইনৰ প্ৰত্যাহাৰ দাবীত ৰাজ্যৰ আন স্থানৰ লগতে বিশ্বনাথ চাৰিআলিতো সৰ্বাত্মক বন্ধৰ প্ৰভাৱ দেখা গৈছে। শান্তি পূৰ্ণভাবে মটৰ শ্ৰমিকসকলে ৰাজপথত উলাই আহি এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰিছে।

ইফালে সমগ্ৰ বিশ্বনাথত জাতে কোনো হিংসাত্মক ঘটনা সংঘটিত নহয়,তাৰ বাবেও বিশ্বনাথ জিলা আৰক্ষীয়ে বিশ্বনাথ বিভিন্ন স্থানত কটকতিয়া নিৰাপত্তা ব্যবস্থা গঢ়ি তুলিছ।

Also Read: নগাঁৱৰ ননৈত বনৰজাৰ আক্ৰমণত এজন নিহত, এজন আহত...

বিশ্বনাথ