/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/92dee4b8-5e3e-4dcd-b914-89531a20edd9/Draupadi.jpg)
ডিজিটেল ডেস্ক: আজি কাজিৰঙালৈ আহিব ৰাষ্ট্রপতি দ্রৌপদী মূৰ্মু
•পুৱা ১০ বজাত তেজপুৰ বিমান বন্দৰত উপস্থিত হ’ব ৰাষ্ট্রপতি গৰাকী
•কাইলৈ কাজিৰঙাৰ কহৰাত বন বিভাগৰ উদ্যোগত অনুষ্ঠিত হ'ব লগীয়া ‘গজ মহোৎসৱ’ অংশ ল’ব ৰাষ্ট্রপতিগৰাকীয়ে
•গজ মহোৎসৱত মুখ্য অতিথি হিচাপে অংশ ল’ব ৰাষ্ট্রপতিগৰাকীয়ে
Also Read: এইবাৰ পাল ASTC অৰ্থাৎ অসম ৰাজ্যিক পৰিবহণ নিগমৰ...