মৰাণৰ বিশিষ্ট শিক্ষাবিদ, সাহিত্যিক ড০ সুখ বৰুৱাৰ বিয়োগ

মৰাণৰ বিশিষ্ট শিক্ষাবিদ, সাহিত্যিক ড০ সুখ বৰুৱা আৰু নাই। মৰাণ মহিলা মহাবিদ্যালয়ৰ প্রতিষ্ঠাপক অধ্যক্ষা আছিল ড০ সুখ বৰুৱা

author-image
Asomiya Pratidin
New Update
মৰাণৰ বিশিষ্ট শিক্ষাবিদ, সাহিত্যিক ড০ সুখ বৰুৱাৰ বিয়োগ

ডিজিটেল ডেস্কঃ মৰাণৰ বিশিষ্ট শিক্ষাবিদ, সাহিত্যিক ড০ সুখ বৰুৱা আৰু নাই। মৰাণ মহিলা মহাবিদ্যালয়ৰ প্রতিষ্ঠাপক অধ্যক্ষা আছিল ড০ সুখ বৰুৱা। ড০ বৰুৱাই মৰাণৰ বিভিন্ন সমাজকৰ্মৰ লগতো ওতঃপ্ৰোতভাবে জড়িত আছিল।

Advertisment

সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ প্রাক্তন সভানেত্রীও আছিল তেওঁ। বাৰ্ধক্যজনিত কাৰণত মৰাণৰ ঊষাপুৰৰ নিজ বাসগৃহত শেষ নিশ্বাস ত্যাগ ড০ বৰুৱাই। উল্লেখ্য যে, অসমৰ নাৰী শিক্ষা আন্দোলনত অন্যতম ভূমিকা পালন কৰা ড০ সুখ বৰুৱাই চন্দ্রপ্রভা শইকীয়ানী বঁটা তথা সাহিত্যিক পেঞ্চন লাভ কৰিছিল ।

Also Read: দৰঙৰ ৫ গৰাকী শিক্ষকলৈ ৰাজ্যিক বঁটা, ২০২৩

social activist