ছাত্ৰীক শাৰীৰিক নিৰ্যাতন চলাই নিলম্বিত হ'ল চিকিৎসক…

ছাত্ৰীক শাৰীৰিক নিৰ্যাতন চলাই নিলম্বিত হ'ল চিকিৎসক…
  • ছাত্ৰীক যৌন নিৰ্যাতন চলাই নিলম্বিত হ'ল চিকিৎসক।

  • হোমিঅ'পেথিক কলেজৰ চিকিৎসক ডাঃ তীৰ্থ দ্যুতি চৌধুৰীক নিলম্বন।

  • ডাঃ তীৰ্থ দ্যুতি চৌধুৰীক নিলম্বন অসম চৰকাৰৰ স্বাস্থ্যশিক্ষা আৰু গৱেষণা বিভাগৰ ।

  • অৰ্গেন অব মেডিচিন বিভাগৰ ৰীডাৰ আছিল বিতৰ্কিত চিকিৎসকগৰাকী।

  • নগাঁৱৰ অসম হোমিঅ'পেথিক কলেজত তেওঁ কৰ্মৰত হৈ আছিল যদিও কলেজখন গুৱাহাটীৰ পাঞ্জাবাৰীৰ ছহিদ যাদৱ নাথ হোমিঅ'পেথিক কলেজ আৰু হাস্পতালৰ সৈতে চামিল কৰা হৈছিল এবছৰ পূৰ্বে।

  • চিকিৎসকগৰাকীয়ে কলেজৰ দুগৰাকীকৈ ছাত্ৰীক নিৰ্যাতন চলোৱাৰ অভিযোগত তেওঁক তৎকালীনভাৱে বলৱৎ হোৱাকৈ নিলম্বন কৰা হৈছে।

  • অসম চৰকাৰৰ 451122/182-A নম্বৰৰ মেম'যোগে চিকিৎসকগৰাকীক নিলম্বন।

ছাত্ৰীক শাৰীৰিক নিৰ্যাতন চলাই নিলম্বিত হ'ল চিকিৎসক…
স্বাতী মালিৱালৰ ঘটনাক লৈ কেজৰিৱালৰ নাই অনুসূচনা !

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in