/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/bdfe1501-1445-4dca-a839-11e9bccd8fe3/111.jpg)
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাৰ নামত প্রৱঞ্চনা
দীৰ্ঘদিনে ৰোগীৰ পৰিয়ালক প্রৱঞ্চনা চক্রটোৰ
চিকিৎসকে প্রথমে বাধ্য কৰায় ‘ক্লিপ’ নামৰ এবিধ সামগ্রী ক্রয় কৰিবলৈ
এই সামগ্রীবিধৰ মূল্য ৩৫ হাজাৰ টকা
সামগ্রীবিধ যোগান ধৰে এটা বিশেষ প্রতিষ্ঠানে
পৰৱৰ্তী সময়ত এই সামগ্রীবিধ প্রতিষ্ঠানটোক বিক্রী কৰি দিয়ে চিকিৎসকে
এই ঘটনা সূক্ষ্মভাৱে নিৰীক্ষণ অধীক্ষক ডাঃ অভিজিৎ শৰ্মাৰ
ইতিমধ্যে ঘটনাত জড়িত ৰুবুল কলিতা নামৰ এজনক বৰ্খাস্ত
চক্রটোত জড়িতৰ অভিযোগ কেইবাজনো চিকিৎসকৰ বিৰুদ্ধে
অভিযোগ ডাঃ ধ্রুৱ দাস, ডাঃ নয়ন, ডাঃ মানসৰ বিৰুদ্ধে
চিকিৎসা কৰ্মী জয়ন্ত ডেকা, নীৰেন ডেকা, হেমন্ত কলিতাৰ বিৰুদ্ধে অভিযোগ
আৰু পঢ়ক : ঢকুৱাখনাৰ অৱসৰপ্ৰাপ্ত জলসিঞ্চন বিষয়া পবিত্ৰ বৰাৰ বিয়োগ