/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/6e30bca9-a3a1-4a84-bce0-0df1fa96f861/pic_eimuhurtor_khobor_copy.jpg)
প্ৰতীকি ফটো EI MUHURTAR KHABAR
ডিজিটেল ডেস্ক : ডবকাৰ আশ্রয় শিবিৰত চাঞ্চ্যলকৰ ঘটনা ।
•হঠাৎ অসুস্থ হৈ পৰিছে অৰ্ধ শতাধিক শিশু ।
•শৌচ, বমি, মূৰ ঘূৰণিত আক্রান্ত শিশুকেইটা ।
•আটাইকেইটা শিশুৰে বয়স ডেৰ বছৰৰ পৰা ৬ বছৰৰ ভিতৰত ।
•অসুস্থ শিশুকেইটাক চিকিৎসালয়লৈ প্রেৰণ ।
Also Read: বিশ্বৰ সৰ্বাধিক জনসংখ্যাৰ দেশ হোৱাৰ দিশে ভাৰত, চীনতকৈ ৩০ লাখ অধিক জনসংখ্যা হ'ব ভাৰতত চলিত বৰ্ষতেই
/asomiyapratidin/media/agency_attachments/2025/10/28/2025-10-28t075720917z-untitled-2-1-2025-10-28-13-27-21.png)
Follow Us