/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-08/aojb715u/229.jpg)
ডিজিটেল সংবাদ, দক্ষিণ শালমাৰা : দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ মুঠ ৩৪ খন পূজা সমিতিলৈ জিলা প্ৰশাসনৰ পৰা চৰকাৰী অনুদানৰ চেক বিতৰণ কৰা হৈছে। জিলা আয়ুক্ত ৰাহুল কুমাৰ গুপ্তা, জিলা অতিৰিক্ত আয়ুক্ত ৰাহুল দলৈ আৰু জিলা সহকাৰী আযুক্ত ইন্দ্ৰজিত দাসৰ উপস্থিতিত মঙলবাৰে পুৱাৰ ভাগত পূজা সমিতিলৈ চেকসমূহ বিতৰণ কৰা হয়।
চৰকাৰী নিৰ্দেশনা আৰু এছ অ পি মানি পূজা সমিতিসমূহক দুৰ্গাপূজা অনুষ্ঠিত কৰিবলৈ জিলা আয়ুক্ত ৰাহুল কুমাৰ গুপ্তাই পূজা সমিতিসমূহক আহ্বান জনাইছে।
Also Read: পাপৰি বৰ্মনলৈ ২০২৪ বৰ্ষৰ মুনীন বৰকটকী বঁটা
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us