২০২৪ বৰ্ষৰ মুনীন বৰকটকী বঁটা ঘোষণা।
এইবাৰ মুনীন বৰকটকী বঁটা আগবঢ়োৱা হৈছে পাপৰি বৰ্মনলৈ।
'পৰুৱা পোহনীয়া' নামৰ গল্প সংকলনৰ বাবে বৰ্মনলৈ আগবঢ়োৱা হৈছে এই বঁটা।
নতুন প্ৰজন্মৰ এগৰাকী প্ৰতিভাৱান গল্পকাৰ পাপৰি বৰ্মন।
১৯৯৫চনৰ পৰা প্ৰদান কৰা হৈছে এই বঁটা।
এই বঁটাত আছে- নগদ ৫০ হেজাৰ টকা, এটা স্মাৰক আৰু এখন প্ৰশস্তি পত্ৰ।
মুনীন বৰকটকী স্মাৰক ন্যাসে যোৱা ২৯ বছৰে প্ৰদান কৰি আহিছে এই বঁটা।
অসমীয়া ভাষাৰ নতুন লেখক- লেখিকাক উদগনি যোগোৱাৰ উদ্দেশ্যে প্ৰদান কৰা হয় এই বঁটা।