বংশৰত প্ৰায় ৮০ গৰাকী কৃষকৰ মাজত ফচল বীমা পলিচি বিতৰণ

বংশৰত প্ৰায় ৮০ গৰাকী কৃষকৰ মাজত ফচল বীমা পলিচি বিতৰণ

ডিজিটেল সংবাদ,শুৱালকুছিঃ কামৰূপ জিলাৰ বংশৰ পঞ্চায়তৰ প্ৰেক্ষাগৃহত শুকুৰবাৰে ফচল বীমাৰ পলিচি বিতৰণ অনুস্থানৰ আয়োজন কৰা হয়। উক্ত অনুষ্ঠানত প্ৰায় ৮০ গৰাকী কৃষকৰ মাজত ফচল বীমাৰ পলিচি বিতৰণ কৰা হয়।

বংশৰৰ কৃষি উন্নয়ন বিষয়া দুৰ্লভ দাসে উপস্থিত ৰাইজক উদ্দেশ্যি দিয়া ভাষণত ফচল বীমাৰ প্ৰয়োজনীয়তাৰ লগতে বীমা কৰাৰ পদ্ধতি সম্পৰ্কে বিতংকৈ জনায়। প্ৰায় ১২০ গৰাকী কৃষকে অংশগ্ৰহণ কৰা সভাখনত কৃষি সম্প্ৰসাৰণৰ সহায়ক অপূৰ্ব ডেকা, আনন্দ দাস, বীমা কোম্পানীৰ শুৱালকুছি ব্লকৰ সমন্বয়ক হিমাংশু দাসৰ লগতে গাওঁ প্ৰধান আৰু‌ পঞ্চায়তৰ সদস্যসকল উপস্থিত থাকে।

বংশৰত প্ৰায় ৮০ গৰাকী কৃষকৰ মাজত ফচল বীমা পলিচি বিতৰণ
উত্তৰ-পূৰ্বাঞ্চল হৈছে কেন্সাৰৰ ৰাজধানীঃ ড০ অমলচন্দ্ৰ কটকী

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in