DIG কংকনজ্যোতি শইকীয়ালৈ ৰাষ্ট্ৰপতিৰ বিশিষ্ট পদকঃ ১৪ গৰাকীলৈ আৰক্ষী পদক...

DIG কংকনজ্যোতি শইকীয়ালৈ ৰাষ্ট্ৰপতিৰ বিশিষ্ট পদকঃ ১৪ গৰাকীলৈ আৰক্ষী পদক...

author-image
Asomiya Pratidin
New Update
DIG কংকনজ্যোতি শইকীয়ালৈ ৰাষ্ট্ৰপতিৰ বিশিষ্ট পদকঃ ১৪ গৰাকীলৈ আৰক্ষী পদক...

DIG কংকনজ্যোতি শইকীয়ালৈ ৰাষ্ট্ৰপতিৰ বিশিষ্ট পদকঃ ১৪ গৰাকীলৈ আৰক্ষী পদক...

ডিজিটেল ডেস্কঃ গণতন্ত্ৰ দিৱসৰ প্ৰাকক্ষণত গৃহমন্ত্ৰণালয়ে ঘোষণা কৰিছে আৰক্ষী মেডেল। সেই অনুসৰি বিশিষ্ট সেৱাৰ বাবে শিলচৰৰ ডি আই জি কংকন জ্যোতি শইকীয়াই লাভ কৰিছে ৰাষ্ট্ৰপতিৰ বিশিষ্ট পদক।

Advertisment

আনহাতে ১৪ গৰাকী আৰক্ষী বিষয়া, জোৱানে উৎকৃষ্ট সেৱাৰ বাবে লাভ কৰিছে আৰক্ষী পদক। এই ১৪ গৰাকী আৰক্ষী বিষয়া, জোৱান হৈছে ক্ৰমে- গুৱাহাটীৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰা, আৰক্ষী অধীক্ষক মজিবুৰ ৰহমান, চি এম ভিজিলেন্সৰ অধীক্ষক ৰজী কলিতা, পৰিদৰ্শক অংকুল মালাকাৰ, চিকাৰী ইংতিপি (চিটি, ইউ বি) কাৰ্বি আংলং, তিনিচুকীয়াৰ চিটি (ইউ বি) দিলীপ কলিতা, ষষ্ঠ এপি বি এনৰ লেন্স নায়ক মুজিবুৰ ৰহমান, মানিক কে বনিক, লখিমপুৰৰ চি টি(ইউ বি) সুমেশ্বৰ মুদৈ, তিনিচুকিয়াৰ চি টি (ইউ বি) সুনীল ফুকন, জোনমণি তামুলী, কাৰ্বি আংলঙৰ লেন্স নায়ক আনন্দ ৰংহাং, ২৩ এ পি (আই আৰ) বি এনৰ এ এছ আই ৰিতুমণি বৈৰাগী আৰু প্ৰথম এ পি টি এফ বি এনৰ চি টি (এ বি) সুভাষ ৰাভা।

ক্লিক কৰি পঢ়কঃ বিশিষ্ট নৃগোষ্ঠীয় বিশেষজ্ঞ, বুদ্ধিজীৱি ইন্দিবৰ দেউৰীৰ স্বাস্থ্যৰ অধিক অৱনতি...

ৰাষ্ট্ৰপতিৰ পদক আৰক্ষী পদক গণতন্ত্ৰ দিৱস অসম আৰক্ষী