New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/07/dangor-khobr-7.jpg)
ডিব্ৰুগড়ৰ খামটিঘাটত পানীত পৰি এজন যুৱকৰ মৃত্যু ।
মৃত যুৱকজন দিকম হাতীআলীৰ শংকৰ ওৰাং ।
বন বিভাগৰ মথাউৰি কাষত গছপুলি ৰোপনৰ কামত ন্যস্ত আছিল শঙ্কৰ ওৰাং ।
অব্যাহত আছে এছ ডি আৰ এফ বাহিনীৰ উদ্ধাৰ অভিযান।
Also Read: ডিমৌ নদীত উদ্ধাৰ যুৱকৰ মৃতদেহ
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us