ডিব্ৰুগড়ৰ বৰবৰুৱাত আটক দুই আই পি এল জুৱাৰী...

এইবাৰ বৰবৰুৱা আৰক্ষীয়ে আটক কৰিলে দুই আই পি এল জুৱাৰী। আটকাধীন দুই জুৱাৰীক ইতিমধ্যই জে'লহাজোটলৈ প্ৰেৰণ

author-image
Asomiya Pratidin
New Update
ডিব্ৰুগড়ৰ বৰবৰুৱাত আটক দুই আই পি এল জুৱাৰী...

ডিজিটেল সংবাদ, ডিব্ৰুগড় : ৰাজ্যত দিনক দিনে বৃদ্ধি পাইছে অপৰাধজনিত ঘটনা। এইবাৰ বৰবৰুৱা আৰক্ষীয়ে আটক কৰিলে দুই আই পি এল জুৱাৰী। আটকাধীন দুই জুৱাৰীক ইতিমধ্যই জে'লহাজোটলৈ প্ৰেৰণ কৰিছে আৰক্ষীয়ে।

Advertisment

ধৃত আই পি এল জুৱাৰী কেইজন ক্ৰমে বৰবৰুৱা পূজা ফিল্ডৰ জয়নাল আলিৰ পুত্ৰ বাবলু আলি(৪১) আৰু বকুল মাজ গাঁৱৰ মহৰম শ্বেইখৰ পুত্ৰ আখতাৰ শ্বেইখ(৪৩)।

Also Read: শিক্ষা বিভাগৰ অধিসূচনা জাৰি : শিক্ষক-শিক্ষয়িত্রীৰ বাবে ‘ড্রেছ ক’ড’....

Assam police