New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/08/breaking-Plate.jpg)
নাহৰকটীয়া বাগান গেটত দুৰ্ঘটনাঃ থিতাতে নিহত এজন...
নাহৰকটীয়াত সংঘটিত হৈছে এক পথ দুৰ্ঘটনা।
অচিনাক্ত বাহনৰ খুন্দাত থিতাতে নিহত এজন।
নাহৰকটীয়াৰ বাগান গেটত এই ঘটনা।
নিহত লোকজন উত্তম মাটিৰ মদনা দে।
জানিব পৰা মতে কৰ্মস্থলীৰ পৰা উভতি অহাৰ পথতে এই ঘটনা।
Also Read: দেৰগাঁৱত পথ দুৰ্ঘটনাঃ নিহত স্কুটী আৰোহী...