New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/5ab87155-909e-49f9-a8ce-a3b39c030bca/accident_7.jpg)
দেৰগাঁৱত পথ দুৰ্ঘটনাঃ নিহত স্কুটী আৰোহী...
দেৰগাঁৱত শোকাৱহ পথ দুৰ্ঘটনা।
দেৰগাঁৱৰ দা ধৰাত সংঘটিত হৈছি এই দুৰ্ঘটনা।
এজন স্কুটী আৰোহীক খুন্দা মাৰে এখন চুইফ্ট বাহনে।
দুৰ্ঘটনাত নিহত স্কুটী আৰোহী।
নিহত স্কুটী আৰোহীজনৰ নাম অচিন্ত্য কাকতি।
অচিন্ত্য কাকতিৰ ঘৰ দেৰগাঁৱৰ গন্ধিয়া গাঁৱত।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us