/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/07/dangor-khobr-24-1.jpg)
চাবুৱাৰ হাতীআলীত ভয়ংকৰ পথ দুৰ্ঘটনা...
-
চাবুৱাৰ হাতীআলীত ভয়ংকৰ পথ দুৰ্ঘটনা।
-
৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হওঁতেই এই দুৰ্ঘটনা।
-
AS06BC9439 নন্বৰৰ তীব্ৰ বেগী এখন টাটা য়ুদ্ধা বাহনে খুন্দিয়াই বাইক আৰোহীত।
-
দুৰ্ঘটনাৰ ফলত বাইক আৰোহী যুৱকজন গুৰুতৰভাবে আঘাটপ্ৰাপ্ত হৈ বহুসময় পৰি থাকে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ মাজত।
-
পাছত আঘাতপ্ৰাপ্ত যুৱকজনক সংকটজনক অৱস্থাত আৰক্ষীয়ে ১০৮ ৰে চিকিৎসালয়লৈ প্ৰেৰণ কৰে।
-
অন্যহাতেদি বাইকখনক খুন্দিয়াই থৈ যোৱা বাহনখনকো জব্দ কৰিছে আৰক্ষীয়ে।
Also Read: ''আজি নতুবা কালিলৈ সত্যৰ জয় হ'বই''