ডিব্রুগড় উপায়ুক্তৰ আবাসিক এলেকাত বিধ্বংসী অগ্নিকাণ্ডঃ দুটা চিলিণ্ডাৰ বিস্ফোৰণ...

ডিব্রুগড় উপায়ুক্তৰ আবাসিক এলেকাত বিধ্বংসী অগ্নিকাণ্ডঃ দুটা চিলিণ্ডাৰ বিস্ফোৰণ...

author-image
Asomiya Pratidin
New Update
ডিব্রুগড় উপায়ুক্তৰ আবাসিক এলেকাত বিধ্বংসী অগ্নিকাণ্ডঃ দুটা চিলিণ্ডাৰ বিস্ফোৰণ...

ডিব্রুগড় উপায়ুক্তৰ আবাসিক এলেকাত বিধ্বংসী অগ্নিকাণ্ডঃ দুটা চিলিণ্ডাৰ বিস্ফোৰণ...

ডিজিটেল ডেস্কঃ ডিব্ৰুগড়ত সংঘটিত হৈছে এক ভংয়কৰ অগ্নিকাণ্ড। ডিব্ৰুগড় চহৰৰ উপায়ুক্তৰ আবাসিক এলেকাৰ কেন্দ্ৰীয় বিদ্যালয়লৰ পাছফালে সংঘটিত হৈছে এই অগ্নিকাণ্ড।

Advertisment

এই ভয়াৱহ অগ্নিকাণ্ডত দীনেশ কুমাৰ নামৰ এজন লোকৰ বাসগৃহ সম্পূৰ্ণৰূপে জুইত জাহ গৈছে। অগ্নিকাণ্ডৰ ফলত বিস্ফোৰণ হয় দুটাকৈ চিলিণ্ডাৰো।

অৱশ্যে এই মুহূৰ্তলৈকে জানিব পৰা নাই অগ্নিকাণ্ডৰ প্ৰকৃত কাৰণ। অতি ততপৰতাৰে কেইবাখনো অগ্নি নিৰ্বাপক বাহিনীৰ বাহনে জুই নিৰ্বাপিত কৰাৰ চেষ্টা অব্যাহত ৰাখিছে। বাতৰি লিখা সময়লৈ কোনো হতাহতিৰ খবৰ অহা নাই।

Also Read: নতুনকৈ কামলৈ আহিছিল শৰতঃ নুমলীগড় শোধনাগাড়ৰ পাইপৰ হেঁচাত হেৰুৱালে প্ৰাণ...

অগ্নিকাণ্ড চিলিণ্ডাৰ বিস্ফোৰণ