লাহোৱালৰ শতাধিক লোকৰ আম আদমী পাৰ্টিত যোগদান

লাহোৱালৰ শতাধিক লোকৰ আম আদমী পাৰ্টিত যোগদান

author-image
Asomiya Pratidin
New Update
লাহোৱালৰ শতাধিক লোকৰ আম আদমী পাৰ্টিত যোগদান

ডিজিটেল সংবাদ,ডিব্ৰুগড়ঃ লাহোৱালৰ বকুল পঞ্চায়তত আম আদমী পাৰ্টিৰ যোগদান কাৰ্যসূচী। এই কাৰ্যসূচীত দেওবাৰে অঞ্চলটোৰ দুই শতাধিক লোকে আম আদমী পাৰ্টিত যোগদান কৰে।

এই যোগদান কাৰ্যসূচীত আপ ৰাজ্যিক উপ-সভাপতি মনোজ ধানোৱাৰ, ডিব্ৰুগড় জিলা আপৰ সভাপতি দিজেন গগৈ, উপ-সভাপতি চমভো তাঁতি আদিকে ধৰি বহুকেইজন আপ কৰ্মী আৰু জিলা পৰ্যায়ৰ নেতৃত্ব উপস্থিত থাকে।

Also Read: গুৱাহাটী প্ৰেছ ক্লাব নিৰ্বাচন LIVE UPDATE:
ফলাফল ঘোষণা...

aap aap assam