গুৱাহাটী প্ৰেছ ক্লাব নিৰ্বাচন LIVE UPDATE: ফলাফল ঘোষণা...

গুৱাহাটী প্ৰেছ ক্লাব নিৰ্বাচন LIVE UPDATE: তৃতীয় পৰ্যায়ৰ গণনাৰ অন্তত আগবাঢ়ি আছে কোন কোন...
গুৱাহাটী প্ৰেছ ক্লাব নিৰ্বাচন LIVE UPDATE: তৃতীয় পৰ্যায়ৰ গণনাৰ অন্তত আগবাঢ়ি আছে কোন কোন...

৩ জুন ২০২৩ ত অনুষ্ঠিত হৈছিল গুৱাহাটী প্ৰেছ ক্লাবৰ নিৰ্বাচন। মুঠ ১০ টা পদৰ বাবে অনুষ্ঠিত হোৱা এই নিৰ্বাচনত মুঠ ভোটাৰ আছিল ৯৯৮ গৰাকী ।ইয়াৰে ৯০৬ জনে ভোটাধিকাৰ সাৱ্যস্ত কৰিছিল। ৪ জুনৰ পুৱা ১১ বজাৰ পৰা অনুষ্ঠিত হৈছে ভোটগণনা।

১০ টা পদৰ ভিতৰত সাংগঠনিক সম্পাদকৰ পদত বিনাপ্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছে কিশোৰ জ্যোতি শৰ্মা। এই নিৰ্বাচনৰ ভোটগণনাৰ লাইভ আপডেট-

গুৱাহাটী প্ৰেছ ক্লাৱৰ নিৰ্বাচনৰ চূড়ান্ত ফলাফল ঘোষণা। দহটা পৰ্যায়ত অনুষ্ঠিত হৈছিল ভোট গণনা। ৯০৬ গৰাকী ভোটাৰে সাৱ্যস্ত কৰিছিল ভোটদান। এই নিৰ্বাচনত তলত উল্লেখ কৰা প্ৰাৰ্থীসকলে জয়লাভ কৰিছে-

সভাপতিঃ সুস্মিতা গোস্বামী

উপ-সভাপতিঃযতীন ভাগৱতী

মহিলাৰ বাবে সংৰক্ষিত উপ-সভাপতি

অলকা বৰুৱা

সম্পাদকঃ সঞ্জয় ৰয়

সহকাৰী সাধাৰণ সম্পাদকঃ দিলোৱাৰ হুচেইন

সাংগঠনিক সম্পাদক: কিশোৰ শৰ্মা

সহকাৰী সাধাৰণ সম্পাদক মহিলা (সংৰক্ষিত)ঃ মিতালী কোঁৱৰ

কোষাধ্যক্ষঃ মনীন্দ্ৰ ডেকা

সাংস্কৃতিক সম্পাদকঃ পল্লৱী বৰা

ক্ৰীড়া সম্পাদকঃ আজাদ গগৈ

নিশা ৯-১০ বজাতঃ গুৱাহাটী প্ৰেছ ক্লাৱৰ নিৰ্বাচনৰ চূড়ান্ত পৰ্যায়ৰ ভোট গণনাৰ আৰম্ভ। দশম পৰ্যায়ত মুঠ ১১৩টা ভোটৰ গণনা হ'ব। ইয়াৰে এটা ভোট ইতিমধ্যে নাকচ হৈছে।

নিশা ৯-০৬ বজাতঃ নৱম পৰ্যায়ৰ ভোটগণনাৰ অন্তত বিভিন্ন প্ৰাৰ্থীয়ে লাভ কৰা ভোট-

সভাপতিঃ

সুনীল বৰাঃ ৩৩ টা+ ২৭ টা+২৭টা+ ৫৩টা+৪৬টা+৫০ টা+৩২টা+২১টা+১৭টা

জয়ন্ত কুমাৰ ডেকাঃ ১৭ টা + ১০টা+৯ টা+১৫টা+২২টা+ ১৩ টা+৬টা+১১টা+২টা

সুস্মিতা গোস্বামীঃ ৭৪টা +৩৩টা+২৮ টা+৫৩টা+৭০টা+৪৩ টা+৩১টা+২৪টা+১৩টা

উপ-সভাপতি

প্ৰদীপ বৰ্মনঃ ৫১ টা+ ৩১টা+৩১ টা+৫৭টা+৫৭টা+৫২ টা+৩৬টা+২৮টা+১৪টা

যতীন ভাগৱতীঃ ৭০ টা+৩৬ টা+ ৩১ টা+৬০টা+৭৫টা+ ৫১ টা+৩০টা+২৫টা+২২টা

উপ-সভাপতি মহিলাৰ বাবে সংৰক্ষিত

অলকা বৰুৱাঃ ৬৬ টা+২৯ টা+৩০ টা+৬০টা+৬৪টা+ ৫৩টা+৩০টা+২৬টা+১৭টা

নৱনীতা কলিতাঃ ৫০ টা+৩৬ টা+ ৩১ টা+৫৫টা+৬৬টা+৪৬টা+৩৯টা+২৭টা+১৭টা

সাধাৰণ সম্পাদক

সঞ্জয় ৰয়ঃ ৫২ টা+৩৯ টা+২৮ টা+৬৫টা+৬৬টা+৫১টা+৩৮টা+৩৪টা+২২টা

মাধৱ দাসঃ ৭২ টা+৩১ টা+৩৫ টা+৫৪টা+৭২টা+৫৬টা+৩১টা+১৯টা+১৭টা

সহকাৰী সাধাৰণ সম্পাদক

সোণাধৰ ডেকাঃ ৫ টা+৩ টা+২ টা+৯টা+১৩টা+০৫টা+৩টা+৩টা+১টা

হিৰকজ্যোতি মালাকাৰঃ ২৭ টা+৪টা+১৩ টা+২২টা+৩১টা+১৫টা+৯টা+১২টা+৪টা

উৎপল বৰুৱাঃ ৩৪টা+২৬ টা+১৮ টা+৩৫টা+৩৭টা+৩৪টা+২৫টা+১৬টা+১৫টা

দিলোৱাৰ হুচেইনঃ৫৪টা+২৯ টা+৩১ টা+৫২টা+৫৪টা+৫২টা+৩২টা+২১টা+১৭টা

সহকাৰী সাধাৰণ সম্পাদক মহিলা (সংৰক্ষিত)

মিতালী কোঁৱৰঃ ৬৯ টা +৩০ টা+৩১ টা+৬০টা+৭৪টা+৫৫টা+৩৮টা+৩১টা+২৩টা

অনুপমা ডেকাঃ ৫৪ টা+ ৪০ টা+৩৩ টা+৫৫টা+৫৮টা+৫০টা+৩১টা+২১টা+১৩টা


কোষাধ্যক্ষ

মনীন্দ্ৰ ডেকাঃ ৬৭ টা+ ৩৬ টা+৩৭ টা+৭১টা+৭২টা+৬১টা+৪৭টা+২৯টা+১৬টা

ৰন্টু নেওগঃ ৫৬ টা+ ৩৩ টা+২৫ টা+৪৬টা+৫৬টা+৪১টা+২১টা+২৫টা+২৩টা

সাংস্কৃতিক সম্পাদক

কনক শইকীয়াঃ ২৪ টা+১৭ টা+১১ টা+২০টা+২১টা+২৮ টা+৭টা+৮টা+৬টা

হেমন্ত শৰ্মাঃ ১৭টা+১১ টা+৮টা+১৪টা+২৪টা+২০টা+৯টা+৬টা+৪টা

দেৱাশীষ কাঠকটীয়াঃ ৪২টা +১৬ টা+২৩ টা+৩৫টা+৪৫টা+৩৫টা+৩৮টা+২০টা(১৯)+১৩টা

পল্লৱী বৰাঃ ৩৯টা+২৫ টা+২১ টা+৪৬টা+৪৬টা+২২টা+৫৩টা+২০টা(২১)+১৪টা


ক্ৰীড়া সম্পাদক

পীতাম্বৰ নেৱাৰঃ ২৮টা +১০+২১ টা+৩০টা+২৮টা+২৯টা+২০টা+১১টা+৯টা

আজাদ গগৈঃ ৬৫টা +৩৬ টা+২৪ টা+৪৯টা+৭০টা+৫০টা+১৫টা+২৫টা+২০টা

নয়ন জ্যোতি ভূঞাঃ ২৯টা +২৪টা+১৯ টা+৩৭টা+৩৭টা+২৫টা+২৫টা+১৮টা+৮টা

আৱেলি ৭.১৮ বজাতঃ ষষ্ঠ পৰ্যায়ৰ ভোটগণনাৰ অন্তত বিভিন্ন প্ৰাৰ্থীয়ে লাভ কৰা ভোট-

সভাপতিঃ

সুনীল বৰাঃ ৩৩ টা+ ২৭ টা+২৭টা+ ৫৩টা+৪৬টা+৫০ টা

জয়ন্ত কুমাৰ ডেকাঃ ১৭ টা + ১০টা+৯ টা+১৫টা+২২টা+ ১৩ টা

সুস্মিতা গোস্বামীঃ ৭৪টা +৩৩টা+২৮ টা+৫৩টা+৭০টা+৪৩ টা

উপ-সভাপতি

প্ৰদীপ বৰ্মনঃ ৫১ টা+ ৩১টা+৩১ টা+৫৭টা+৫৭টা+৫২ টা

যতীন ভাগৱতীঃ ৭০ টা+৩৬ টা+ ৩১ টা+৬০টা+৭৫টা+ ৫১ টা

উপ-সভাপতি মহিলাৰ বাবে সংৰক্ষিত

অলকা বৰুৱাঃ ৬৬ টা+২৯ টা+৩০ টা+৬০টা+৬৪টা+ ৫৩টা

নৱনীতা কলিতাঃ ৫০ টা+৩৬ টা+ ৩১ টা+৫৫টা+৬৬টা+৪৬টা

সাধাৰণ সম্পাদক

সঞ্জয় ৰয়ঃ ৫২ টা+৩৯ টা+২৮ টা+৬৫টা+৬৬টা+৫১টা

মাধৱ দাসঃ ৭২ টা+৩১ টা+৩৫ টা+৫৪টা+৭২টা+৫৬টা

সহকাৰী সাধাৰণ সম্পাদক

সোণাধৰ ডেকাঃ ৫ টা+৩ টা+২ টা+৯টা+১৩টা+০৫টা

হিৰকজ্যোতি মালাকাৰঃ ২৭ টা+৪টা+১৩ টা+২২টা+৩১টা+১৫টা

উৎপল বৰুৱাঃ ৩৪টা+২৬ টা+১৮ টা+৩৫টা+৩৭টা+৩৪টা

দিলোৱাৰ হুচেইনঃ৫৪টা+২৯ টা+৩১ টা+৫২টা+৫৪টা+৫২টা

সহকাৰী সাধাৰণ সম্পাদক মহিলা (সংৰক্ষিত)

মিতালী কোঁৱৰঃ ৬৯ টা +৩০ টা+৩১ টা+৬০টা+৭৪টা+৫৫টা

অনুপমা ডেকাঃ ৫৪ টা+ ৪০ টা+৩৩ টা+৫৫টা+৫৮টা+৫০টা


কোষাধ্যক্ষ

মনীন্দ্ৰ ডেকাঃ ৬৭ টা+ ৩৬ টা+৩৭ টা+৭১টা+৭২টা+৬১টা

ৰন্টু নেওগঃ ৫৬ টা+ ৩৩ টা+২৫ টা+৪৬টা+৫৬টা+৪১টা

সাংস্কৃতিক সম্পাদক

কনক শইকীয়াঃ ২৪ টা+১৭ টা+১১ টা+২০টা+২১টা+২৮ টা

হেমন্ত শৰ্মাঃ ১৭টা+১১ টা+৮টা+১৪টা+২৪টা+২০টা

দেৱাশীষ কাঠকটীয়াঃ ৪২টা +১৬ টা+২৩ টা+৩৫টা+৪৫টা+৩৫টা

পল্লৱী বৰাঃ ৩৯টা+২৫ টা+২১ টা+৪৬টা+৪৬টা+২২টা


ক্ৰীড়া সম্পাদক

পীতাম্বৰ নেৱাৰঃ ২৮টা +১০+২১ টা+৩০টা+২৮টা+২৯টা

আজাদ গগৈঃ ৬৫টা +৩৬ টা+২৪ টা+৪৯টা+৭০টা+৫০টা

নয়ন জ্যোতি ভূঞাঃ ২৯টা +২৪টা+১৯ টা+৩৭টা+৩৭টা+২৫টা

আৱেলি ৫.০১ বজাতঃ পঞ্চম পৰ্যায়ৰ ভোটগণনা অন্ত। পঞ্চম পৰ্যায়ৰ ভোটগণনাৰ অন্তত বিভিন্ন প্ৰাৰ্থীয়ে লাভ কৰা ভোট-

সভাপতিঃ

সুনীল বৰাঃ ৩৩ টা+ ২৭ টা+২৭টা+ ৫৩টা+৪৬টা

জয়ন্ত কুমাৰ ডেকাঃ ১৭ টা + ১০টা+৯ টা+১৫টা+২২টা

সুস্মিতা গোস্বামীঃ ৭৪টা +৩৩টা+২৮ টা+৫৩টা+৭০টা

উপ-সভাপতি

প্ৰদীপ বৰ্মনঃ ৫১ টা+ ৩১টা+৩১ টা+৫৭টা+৫৭টা

যতীন ভাগৱতীঃ ৭০ টা+৩৬ টা+ ৩১ টা+৬০টা+৭৫টা

উপ-সভাপতি মহিলাৰ বাবে সংৰক্ষিত

অলকা বৰুৱাঃ ৬৬ টা+২৯ টা+৩০ টা+৬০টা+৬৪টা

নৱনীতা কলিতাঃ ৫০ টা+৩৬ টা+ ৩১ টা+৫৫টা+৬৬টা

সাধাৰণ সম্পাদক

সঞ্জয় ৰয়ঃ ৫২ টা+৩৯ টা+২৮ টা+৬৫টা+৬৬টা

মাধৱ দাসঃ ৭২ টা+৩১ টা+৩৫ টা+৫৪টা+৭২টা

সহকাৰী সাধাৰণ সম্পাদক

সোণাধৰ ডেকাঃ ৫ টা+৩ টা+২ টা+৯টা+১৩টা

হিৰকজ্যোতি মালাকাৰঃ ২৭ টা+৪টা+১৩ টা+২২টা+৩১টা

উৎপল বৰুৱাঃ ৩৪টা+২৬ টা+১৮ টা+৩৫টা+৩৭টা

দিলোৱাৰ হুচেইনঃ৫৪টা+২৯ টা+৩১ টা+৫২টা+৫৪টা

সহকাৰী সাধাৰণ সম্পাদক মহিলা (সংৰক্ষিত)

মিতালী কোঁৱৰঃ ৬৯ টা +৩০ টা+৩১ টা+৬০টা+৭৪টা

অনুপমা ডেকাঃ ৫৪ টা+ ৪০ টা+৩৩ টা+৫৫টা+৫৮টা


কোষাধ্যক্ষ

মনীন্দ্ৰ ডেকাঃ ৬৭ টা+ ৩৬ টা+৩৭ টা+৭১টা+৭২টা

ৰন্টু নেওগঃ ৫৬ টা+ ৩৩ টা+২৫ টা+৪৬টা+৫৬টা

সাংস্কৃতিক সম্পাদক

কনক শইকীয়াঃ ২৪ টা+১৭ টা+১১ টা+২০টা+২১টা

হেমন্ত শৰ্মাঃ ১৭টা+১১ টা+৮টা+১৪টা+২৪টা

দেৱাশীষ কাঠকটীয়াঃ ৪২টা +১৬ টা+২৩ টা+৩৫টা+৪৫টা

পল্লৱী বৰাঃ ৩৯টা+২৫ টা+২১ টা+৪৬টা+৪৬টা


ক্ৰীড়া সম্পাদক

পীতাম্বৰ নেৱাৰঃ ২৮টা +১০+২১ টা+৩০টা+২৮টা

আজাদ গগৈঃ ৬৫টা +৩৬ টা+২৪ টা+৪৯টা+৭০টা

নয়ন জ্যোতি ভূঞাঃ ২৯টা +২৪টা+১৯ টা+৩৭টা+৩৭টা

দিনৰ ৪.১৫ বজাতঃ চতুৰ্থ পৰ্যায়ৰ ভোটগণনা অন্ত পৰাৰ অন্তত পুনৰ আৰম্ভ ভোটগণনা।

দিনৰ ৩.১৯ বজাতঃ চতুৰ্থ পৰ্যায়ৰ ভোটগণনা অন্ত পৰিল। এই পৰ্যায়ৰ অন্তত প্ৰাৰ্থীসকলে লাভ কৰা ভোট-

সভাপতিঃ

সুনীল বৰাঃ ৩৩ টা+ ২৭ টা+২৭টা+ ৫৩টা

জয়ন্ত কুমাৰ ডেকাঃ ১৭ টা + ১০টা+৯ টা+১৫টা

সুস্মিতা গোস্বামীঃ ৭৪টা +৩৩টা+২৮ টা+৫৩টা

উপ-সভাপতি

প্ৰদীপ বৰ্মনঃ ৫১ টা+ ৩১টা+৩১ টা+৫৭টা

যতীন ভাগৱতীঃ ৭০ টা+৩৬ টা+ ৩১ টা+৬০টা

উপ-সভাপতি মহিলাৰ বাবে সংৰক্ষিত

অলকা বৰুৱাঃ ৬৬ টা+২৯ টা+৩০ টা+৬০টা

নৱনীতা কলিতাঃ ৫০ টা+৩৬ টা+ ৩১ টা+৫৫টা

সাধাৰণ সম্পাদক

সঞ্জয় ৰয়ঃ ৫২ টা+৩৯ টা+২৮ টা+৬৫টা

মাধৱ দাসঃ ৭২ টা+৩১ টা+৩৫ টা+৫৪টা

সহকাৰী সাধাৰণ সম্পাদক

সোণাধৰ ডেকাঃ ৫ টা+৩ টা+২ টা+৯টা

হিৰকজ্যোতি মালাকাৰঃ ২৭ টা+৪টা+১৩ টা+২২টা

উৎপল বৰুৱাঃ ৩৪টা+২৬ টা+১৮ টা+৩৫টা

দিলোৱাৰ হুচেইনঃ৫৪টা+২৯ টা+৩১ টা+৫২টা

সহকাৰী সাধাৰণ সম্পাদক মহিলা (সংৰক্ষিত)

মিতালী কোঁৱৰঃ ৬৯ টা +৩০ টা+৩১ টা+৬০টা

অনুপমা ডেকাঃ ৫৪ টা+ ৪০ টা+৩৩ টা+৫৫টা

কোষাধ্যক্ষ

মনীন্দ্ৰ ডেকাঃ ৬৭ টা+ ৩৬ টা+৩৭ টা+৭১টা

ৰন্টু নেওগঃ ৫৬ টা+ ৩৩ টা+২৫ টা+৪৬টা

সাংস্কৃতিক সম্পাদক

কনক শইকীয়াঃ ২৪ টা+১৭ টা+১১ টা+২০টা

হেমন্ত শৰ্মাঃ ১৭টা+১১ টা+৮টা+১৪ট৩

দেৱাশীষ কাঠকটীয়াঃ ৪২টা +১৬ টা+২৩ টা+৩৫টা

পল্লৱী বৰাঃ ৩৯টা+২৫ টা+২১ টা+৪৬টা


ক্ৰীড়া সম্পাদক

পীতাম্বৰ নেৱাৰঃ ২৮টা +১০+২১ টা+৩০টা

আজাদ গগৈঃ ৬৫টা +৩৬ টা+২৪ টা+৪৯টা

নয়ন জ্যোতি ভূঞাঃ ২৯টা +২৪টা+১৯ টা+৩৭টা

  • দিনৰ ২.০৫ বজাতঃ তৃতীয় পৰ্যায়ৰ ভোটগণনাৰ অন্ত পৰিল। প্ৰাৰ্থীসকলে লাভ কৰা ভোট এইধৰণৰ-

  • সভাপতিঃ

    সুনীল বৰাঃ ৩৩ টা+ ২৭ টা+২৭টা

    জয়ন্ত কুমাৰ ডেকাঃ ১৭ টা + ১০টা+৯ টা

    সুস্মিতা গোস্বামীঃ ৭৪টা +৩৩টা+২৮ টা

    উপ-সভাপতি

    প্ৰদীপ বৰ্মনঃ ৫১ টা+ ৩১টা+৩১ টা

    যতীন ভাগৱতীঃ ৭০ টা+৩৬ টা+ ৩১ টা

    উপ-সভাপতি মহিলাৰ বাবে সংৰক্ষিত

    অলকা বৰুৱাঃ ৬৬ টা+২৯ টা+৩০ টা

    নৱনীতা কলিতাঃ ৫০ টা+৩৬ টা+ ৩১ টা

    সাধাৰণ সম্পাদক

    সঞ্জয় ৰয়ঃ ৫২ টা+৩৯ টা+২৮ টা

    মাধৱ দাসঃ ৭২ টা+৩১ টা+৩৫ টা

    সহকাৰী সাধাৰণ সম্পাদক

    সোণাধৰ ডেকাঃ ৫ টা+৩ টা+২ টা

    হিৰকজ্যোতি মালাকাৰঃ ২৭ টা+৪টা+১৩ টা

    উৎপল বৰুৱাঃ ৩৪টা+২৬ টা+১৮ টা

    দিলোৱাৰ হুচেইনঃ৫৪টা+২৯ টা+৩১ টা

    সহকাৰী সাধাৰণ সম্পাদক মহিলা (সংৰক্ষিত)

    মিতালী কোঁৱৰঃ ৬৯ টা +৩০ টা+৩১ টা

    অনুপমা ডেকাঃ ৫৪ টা+ ৪০ টা+৩৩ টা

    কোষাধ্যক্ষ

    মনীন্দ্ৰ ডেকাঃ ৬৭ টা+ ৩৬ টা+৩৭ টা

    ৰন্টু নেওগঃ ৫৬ টা+ ৩৩ টা+২৫ টা

    সাংস্কৃতিক সম্পাদক

    কনক শইকীয়াঃ ২৪ টা+১৭ টা+১১ টা

    হেমন্ত শৰ্মাঃ ১৭টা+১১ টা+৮টা

    দেৱাশীষ কাঠকটীয়াঃ ৪২টা +১৬ টা+২৩ টা

    পল্লৱী বৰাঃ ৩৯টা+২৫ টা+২১ টা


    ক্ৰীড়া সম্পাদক

    পীতাম্বৰ নেৱাৰঃ ২৮টা +১০+২১ টা

    আজাদ গগৈঃ ৬৫টা +৩৬ টা+২৪ টা

    নয়ন জ্যোতি ভূঞাঃ ২৯টা +২৪টা+১৯ টা

দিনৰ ১.১৪ বজাতঃ দ্বিতীয় পৰ্যায়ৰ ভোট গ্ৰহণ অন্তত লাভ কৰা ভোটৰ সংখ্যা-

  • সভাপতিঃ

    সুনীল বৰাঃ ৩৩ টা+ ২৭ টা

    জয়ন্ত কুমাৰ ডেকাঃ ১৭ টা + ১০টা

    সুস্মিতা গোস্বামীঃ ৭৪টা +৩৩টা

    উপ-সভাপতি

    প্ৰদীপ বৰ্মনঃ ৫১ টা+ ৩১টা

    যতীন ভাগৱতীঃ ৭০ টা+৩৬ টা

    উপ-সভাপতি মহিলাৰ বাবে সংৰক্ষিত

    অলকা বৰুৱাঃ ৬৬ টা+২৯ টা

    নৱনীতা কলিতাঃ ৫০ টা+৩৬ টা

    সাধাৰণ সম্পাদক

    সঞ্জয় ৰয়ঃ ৫২ টা+৩৯ টা

    মাধৱ দাসঃ ৭২ টা+৩১ টা

    সহকাৰী সাধাৰণ সম্পাদক

    সোণাধৰ ডেকাঃ ৫ টা+৩ টা

    হিৰকজ্যোতি মালাকাৰঃ ২৭ টা+৪টা

    উৎপল বৰুৱাঃ ৩৪টা+২৬ টা

    দিলোৱাৰ হুচেইনঃ৫৪টা+২৯ টা

    সহকাৰী সাধাৰণ সম্পাদক মহিলা (সংৰক্ষিত)

    মিতালী কোঁৱৰঃ ৬৯ টা +৩০ টা

    অনুপমা ডেকাঃ ৫৪ টা+ ৪০ টা

    কোষাধ্যক্ষ

    মনীন্দ্ৰ ডেকাঃ ৬৭ টা+ ৩৬ টা

    ৰন্টু নেওগঃ ৫৬ টা+ ৩৩ টা

    সাংস্কৃতিক সম্পাদক

    কনক শইকীয়াঃ ২৪ টা+১৭ টা

    হেমন্ত শৰ্মাঃ ১৭টা+১১ টা

    দেৱাশীষ কাঠকটীয়াঃ ৪২টা +১৬ টা

    পল্লৱী বৰাঃ ৩৯টা+২৫ টা


    ক্ৰীড়া সম্পাদক

    পীতাম্বৰ নেৱাৰঃ ২৮টা +১০

    আজাদ গগৈঃ ৬৫টা +৩৬ টা

    নয়ন জ্যোতি ভূঞাঃ ২৯টা +২৪টা

  • পুৱা ১২ বাজি ১০ মিনিটঃ প্ৰথম পৰ্যায়ৰ অন্তত বিভিন্ন প্ৰাৰ্থীয়ে লাভ কৰা ভোট

সভাপতিঃ

সুনীল বৰাঃ ৩৩ টা

জয়ন্ত কুমাৰ ডেকাঃ ১৭ টা

সুস্মিতা গোস্বামীঃ ৭৪টা

উপ-সভাপতি

প্ৰদীপ বৰ্মনঃ ৫১ টা

যতীন ভাগৱতীঃ ৭০ টা

উপ-সভাপতি মহিলাৰ বাবে সংৰক্ষিত

অলকা বৰুৱাঃ ৬৬ টা

নৱনীতা কলিতাঃ ৫০ টা

সাধাৰণ সম্পাদক

সঞ্জয় ৰয়ঃ ৫২ টা

মাধৱ দাসঃ ৭২ টা

সহকাৰী সাধাৰণ সম্পাদক

সোণাধৰ ডেকাঃ ৫ টা।

হিৰকজ্যোতি মালাকাৰঃ ২৭ টা।

উৎপল বৰুৱাঃ ৩৪ টা

দিলোৱাৰ হুচেইনঃ৫৪টা

সহকাৰী সাধাৰণ সম্পাদক মহিলা (সংৰক্ষিত)

মিতালী কোঁৱৰঃ ৬৯ টা

অনুপমা ডেকাঃ ৫৪ টা।

কোষাধ্যক্ষ

মনীন্দ্ৰ ডেকাঃ ৬৭ টা

ৰন্টু নেওগঃ ৫৬ টা

সাংস্কৃতিক সম্পাদক

কনক শইকীয়াঃ ২৪ টা

হেমন্ত শৰ্মাঃ ১৭টা

দেৱাশীষ কাঠকটীয়াঃ ৪২ টা

পল্লৱী বৰাঃ ৩৯টা

ক্ৰীড়া সম্পাদক

পীতাম্বৰ নেৱাৰঃ ২৮ টা

আজাদ গগৈঃ ৬৫ টা

নয়ন জ্যোতি ভূঞাঃ ২৯ টা

  • পুৱা১২.০৬ বজাতঃ প্ৰথম পৰ্যায়ৰ ভোট গণনা অন্ত পৰিল।

  • পুৱা ১২ বজাতঃ মুঠ ১০ টা পৰ্যায়ত অনুষ্ঠিত হ'ব ভোটগণনা।

  • পুৱা ১১ বজাতঃ গুৱাহাটী প্ৰেছ ক্লাবৰ ভোটগণনা আৰম্ভ।

গুৱাহাটী প্ৰেছ ক্লাব নিৰ্বাচন LIVE UPDATE: তৃতীয় পৰ্যায়ৰ গণনাৰ অন্তত আগবাঢ়ি আছে কোন কোন...
বিদ্যুৎ সংযোগ বিচ্ছিন্ন নকৰাকৈ মেৰামতিৰ কাম কৰি থকা অৱস্থাত মৃত্যু এজনৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in