/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/07/dangor-khobr-24-1.jpg)
ডিব্রুগড়ৰ ৰাজপথত গুলীচালনাৰ ঘটনা
নিৰ্মীয়মান বাইপাছৰ জাইকা নামৰ ধাবাৰ সন্মুখত এই ঘটনা
এখন বলেৰ’ বাহনত অহা আৰোহীয়ে চলালে দুজাঁইকৈ শূন্যলৈ গুলী
কৌশিক গগৈ নামৰ লোকজনৰ বিৰুদ্ধে গুলীচালনাৰ অভিযোগ
কৌশিক গগৈৰ ঘৰ মৰাণৰ মাহমৰাত
ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত
আৰু পঢ়ক : পশ্চিম ঘিলামৰা বিহু উৰুৱা সন্মিলনৰ সোণালী জয়ন্তীৰ মুখ্য কাৰ্যালয় উদ্বোধন
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us