/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/10/eimuhurtor-khobor-copy.jpg)
- ডিব্ৰুগড়ৰ জকাই ২ নং মহমাৰীত ভয়াৱহ অগ্নিকাণ্ড। 
- অগ্নিকাণ্ডত সম্পূৰ্ণৰূপে জাহ গৈছে চিতেন মুৰা নামৰ লোকজনৰ ঘৰ। 
- অগ্নি নির্বাপক বাহিনী উপস্থিত হৈ জুই নুমোৱাবলৈ সক্ষম হয়। 
- সম্পূৰ্ণৰূপে ভষ্মীভূত হয় বহু প্ৰয়োজনীয় সা-সামগ্ৰী। 
- বাইকৰ পৰা নিৰ্গত তেলৰ পৰা এই অগ্নিকাণ্ডৰ সূত্ৰপাত হয় বুলি প্ৰত্যক্ষদৰ্শীয়ে জানিবলৈ দিছে। 
Also Read: ডাক্তৰৰ ৰূপত দানৱ : ভুৱা অস্ত্ৰোপচাৰ বিশেষজ্ঞৰ হাতত মৃত্যু কেইবাজনো ৰোগীৰ
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
/asomiyapratidin/media/member_avatars/a-/AFdZucrahs0cQJtCvPJgez1pmKf-b8DYLM8QcmdGGzcV=s96-c.jpeg )
 Follow Us
 Follow Us