দিহিং-পাটকাই ৰাষ্ট্রীয় উদ্যানত গুলীয়াগুলীৰ ঘটনা

দিহিং-পাটকাই ৰাষ্ট্রীয় উদ্যানত গুলীয়াগুলীৰ ঘটনা

ডিজিটেল ডেস্কঃ সোমবাৰে দিহিং-পাটকাই ৰাষ্ট্রীয় উদ্যানত সংঘটিত হয় গুলীয়াগুলীৰ ঘটনা। অসম-অৰুণাচল সীমান্তৱৰ্তী অঞ্চলত চোৰাং কাঠ মাফিয়া আৰু বনকৰ্মীৰ মাজত সংঘটিত হয় এই গুলীয়াগুলী।

জানিব পৰা অনুসৰি বন বিভাগৰ গুলীচালনাত আহত হয় এজন চোৰাং কাঠ ব্যৱসায়ী। ঘটনাস্থলীৰ পৰা এটা বন্দুক আৰু এটা ম’বাইল ফোন উদ্ধাৰ কৰিছে আৰক্ষীয়ে। উল্লেখ্য যে, উদ্যানখনৰ জয়পুৰ ৰেঞ্জৰ শুকানজুৰিত সংঘটিত হয় এই ঘটনা।

দিহিং-পাটকাই ৰাষ্ট্রীয় উদ্যানত গুলীয়াগুলীৰ ঘটনা
মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মালৈ আইনী জাননী...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in